CPI Election Campaign | শিৱসাগৰত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে CPIয়ে । বিশাল সভাৰ পৰিৱেৰ্তে ঘৰে ঘৰে - দোকানে পোহাৰে গৈ গোহাৰি পত্ৰ বিলাই গৌৰৱ গগৈৰ হৈ ভোট ভিক্ষা কৰিছে চি পি আইয়ে। #news18assamoriginals লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ